এজনী মালিনী আৰু এজোপা ফুলৰ কাহিনী | Ajoni Malini Aru Ajupa Fulor Hadhu Kotha

এজনী মালিনী আৰু এজোপা ফুলৰ কাহিনী | Ajoni Malini Aru Ajupa Fulor Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, এজনী মালিনী আৰু এজোপা ফুলৰ কাহিনী, সাধুকথা, অসমীয়া কাহিনী, এজনী মালিনী আৰু এজোপা ফুলৰ কাহিনীশিশুৰ বাবে কাহিনী

এক মালিনী আছিল, তাই বৰ যতনকৈ এজোপা ফুলগছ ৰুইছিল। তাই সেই ফুলগছজোপা দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে। সেইদেখি এদিন তাই ফুল গছজোপাক সুধিলে–

অ. গছ, অ’ গছ, ফুল নূফুল কিয়?” গছে উত্তৰ দিলে– “মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খায় কিয়?” 

তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে–

অ’ গৰু, অ’ গৰু ফুল গছৰ আগ খাৱ কিয়?” 

গৰু– “গৰখীয়াই যে গৰু নাৰাখে,

মই বা নাখাম কিয়?’ 

মালিনী–অ’ গৰখীয়া অ’ গৰখীয়া 

গৰু নাৰাখ কিয়?’ 

গৰখীয়া–“ৰান্ধনীয়ে যে ভাত নিদিয়ে

মই বা নাখাম কিয়?’ 

মালিনী–“অ’ ৰান্ধনী, অ’ ৰান্ধনী, 

ভাত নিদিয় কিয়?’ 

ৰান্ধনী– “খৰীয়াই যে খৰি নিদিয়ে 

মইনো দিম কিয়?’ 

মালিনী– “অ’ খৰীয়া, অ’ খৰীয়া, 

খৰি নিদিয় কিয় ?’  

খৰীয়া– “কমাৰে যে কুঠাৰ নিদিয়ে 

মইনো দিম কিয়?’ 

মালিনী– “অ’ কমাৰ, অ’ কমাৰ, 

কুঠাৰ নিদিয় কিয়?’ 

কমাৰ– ‘‘এঙাৰীয়াই যে এঙাৰ নিদিয়ে, 

মইনো দিম কিয়?’ 

মালিনী–‘অ’এঙাৰীয়া, অ’ এঙাৰীয়া, 

এঙাৰ নিদিয় কিয়?’ 

এঙাৰীয়া–‘মই যে এঙাৰ দিব লাগে, ” 

মেঘে নো বৰষে কিয়?’ 

মালিনী–‘অ’ মেঘ, অ’ মেঘ 

বৰষুণ দিয় কিয়?’

মেঘ–‘ভেকুলীয়ে যে টোৰ্টোৰায়, 

মই বা নিদিম কিয়?’ 

মালিনী– ‘অ’ ভেকুলী, অ’ ভেকুলী, 

টোৰ্টোৰায় কিয়?’ 

ভেকুলী– ‘বপা ককাৰ ৰীতিটো মই,

এৰিম বা কিয় ?’

Read Also: ঔকুঁৱৰীৰ গল্প | Ou Kunwari Hadhu Kotha

Read Also: ঢোঁৰাকাউৰী আৰু টিপচী চৰাইৰ সাধু | Dhurakauri Aru Tipochi Chorai

Read Also: সাধুকথা: তিনিজন ডেকা পণ্ডিত | Tinijon Deka Pondit

Read Also: বান্দৰ আৰু শিয়ালৰ গল্প | Monkey And Fox Hadhu Kotha

Read Also: মেকুৰীৰ জীয়েকৰ সাধু | Mekurir Jiyekor Hadhu

Read Also: সাধুকথা: ৰাক্ষস পণ্ডিত – ২ | Rakhyokh Pondit – II (Hadhu Kotha)

Read Also: বামুণৰ ভাগ্যৰ কাহিনী | Bamunor Bhagyar Kahini

Read Also: আলি আই লৃগাং উৎসৱ | Ali – Ai – ligang Festival

Read Also: এক সন্ন্যাসীৰ কথা | Ek Honyakhir Kotha

Read Also: শাখিনা আৰু শাখিনিৰ গল্প | Hakhina Aru Hakhini Hadhu Kotha

Read Also: সোণ – বৰিষ ৰজাৰ সাধু | Hun Borikh Roja Hadhu Kotha

Read Also: ৰাজমন্ত্ৰী আৰু নাপিতৰ গল্প | Hadhu Kotha

Read Also: কৰুৱা চৰাই আৰু বামুণৰ সাধু | Koruwa Sorai Aru Bamunor Hadhu

Read Also: এক হাতী আৰু ফেঁচাৰ কথা | Eta Hathi Aru Fechar Kotha

Read Also: কথাবাহী বুঢ়া সাধু | Kothabahi Burha Hadhu Kotha

Read Also: বৰ চোৰ সাধু | Bor Chur Hadhu Kotha

Read Also: পেট – ভাতুৰ কথা কাহিনী | Pet Bhatur Kotha

Read Also: নোমল আৰু সোণপাহী সাধু | Numal And Hunpahi Hadhu Kotha

Read Also: সাধুকথা: তিনিজন ডেকা পণ্ডিত | Tinijon Deka Pondit

Read Also: দুই ৰাজপুত্ৰৰ কাহিনী | Dui Rajputra Hadhu Kotha

Read Also: নোমল আৰু সোণপাহী সাধু | Numal And Hunpahi Hadhu Kotha

Read Also: লক্ষ্মী পূজা | Lakshmi Puja

Read Also: চুকাফা দিৱস | Sukapha Divas

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। এজনী মালিনী আৰু এজোপা ফুলৰ কাহিনী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। এজনী মালিনী আৰু এজোপা ফুলৰ কাহিনী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে এজনী মালিনী আৰু এজোপা ফুলৰ কাহিনী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply